Wednesday, August 14, 2013

Tumi Suwa Jetia - Zubeen Garg - Lyrics

তুমি চোৱা যেতিয়া দুচকু তুলি
মোৰ আকাশ ভাঙি নামে বিজুলি
ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে
তুমি চুলেই যে বসন্ত
ধুমুহাও যে প্ৰশান্ত
তোমাৰ মাজত দিগন্ত
সৃষ্টিৰ অপৰুপ অনন্ত

মেঘালি চুলি তাৰিত
ধৌ খেলে ৰ’দ দাৰি
হাহিত মিচিকনি
সোনাৰুৰ পাহি
সজল সজল চাৱনিত
ত’ৰাৰে জিলিকনি
সেন্দুৰিয়া ওঠতে
ক’থাৰে নিচুকনি
বুকুৰ মাজত দেখো জাগে সপোন
চকুৰ পতাত আকি তোমাক চিকুন
তোমাৰ মৰমত জ্বলি ৰ’ম সকলো হেৰুৱাই

পুৱা দুচকু মেলি
এপল দুপলা বেলি
নিজম নিজম গধুলি
তোমাকেই আশা পালি
নিয়ৰ সনা শেৱালি
ধৰি আছে পদুলি
তুমি গৰকি গ’লেই
সিও হ’ব সোনালী
এখোজ দুখোজ তুমি নিচেই কাষত
উলাহে নধৰা হাহি বুকুৰ মাজত
এতিয়া দুৰ আকাশ পৰে হি দুবাহুত পিচলি

Singer: Zubeen Garg

To listen to the song, please click here

10 comments:

  1. apunar lyrics tu bhul hoise. Zubeen dar gan bur bhul nokoriboloi sesta koribo. apuni val gan tu xunibo.

    ReplyDelete
    Replies
    1. Hoi bohut khini word bhull ase

      Delete
  2. Bhul hoise lyrics tu zubeen da gaanor logot mila naii... future vll koi likhiboly try kribo..

    ReplyDelete
  3. লিৰিকচ্ টো জুবিন দাৰ গানৰ লগত মিলানাই। ভাল দৰে সুনক, সুধৰণি কৰক!

    ReplyDelete
  4. এপল দুপল আবেলি হব লাগিচিল

    ReplyDelete
  5. এই গীতটি স্ৰষ্টা গৰাকী কোন বাৰু বাৰু নাম টো জানিব বিচাৰো ।

    ReplyDelete
    Replies
    1. Zubeen Garg e lyricist,composer vocalist sob

      Delete
  6. zubeen dak kanakoi gane gabo lage hikabo lage ne tew rock hoi

    ReplyDelete
  7. বহুত ভুল আছে দেখোন শব্দবোৰ

    ReplyDelete