Thursday, November 21, 2013

Mon Jai - Zubeen Garg

মন যায় মোৰো মন যায়
মন যায় মোৰো মন যায়
চকুত চকু থৈ চাবলে
লাহে লাহে ওচৰ পাবলে
কাষে কাষে খোজ দিবলে
মন যায় মোৰো মন যায়
চকুত চকু থ’ব মন যায়

তোমাক দেখা পালে সপোন জাগি উঠে
বুকুখনি হয় তাজমহল
মন নদি হৈ মৰম সুতি বয়
ধৌ বোৰ তাত হয় সাথৰ
সন্মুখত যেতিয়া তোমাক দেখো
যাযাবৰ অভিমান মুঠিতে ৰাখো
মন যায় মন যায় মন যায়

টুকুৰা টুকুৰা ভাঙি গুৰি হোৱা
মন তোক কিদৰে যোৰা দিও
খেলি মেলি বোৰে ধুই শেতা কৰা
বুকুৰ কিহৰে নো ৰং সানো
বেদনা বেদনা মোৰ ভাল পোৱা
তোমাক হেৰুৱাই পাথৰ হিয়া
মন যায় মন যায় মন যায়

সুখি হৈয়ে ৰোৱা ম‍ই অবিহনে
এইয়া মোৰ সুভকামনা
লাহে লাহে আতৰাই আনি ল’লো
ম‍ই মোক তোমাৰ পৰা
কিনো হ’ল সপোন সপোনেই ৰ’ল
সাধনা আজি যে আধৰুৱা হ’ল
মন যায় মন যায় মন যায় 

8 comments:

  1. গানটোৰ মাজৰ ৩টা কলি নাই যে ?

    ReplyDelete
  2. Plz correct and upload the whole song

    ReplyDelete
  3. Full gaan tu 12 mint 28 sec r hoi

    ReplyDelete
  4. Please complete song

    ReplyDelete
  5. আধৰুৱা হৈছে গানটো ।

    ReplyDelete
  6. বানান ভুল আৰু গানটো সম্পূৰ্ণ হোৱা নাই৷ সম্পূৰ্ণ দিলে সুখী হ’ম৷

    ReplyDelete