Sunday, January 5, 2014

Asha - Zubeen Garg

আশা মোৰ আশা
এখনি সৰৱ নৈ
সেই আশা মোৰ আশা
আহিছে ৰাঙলি হৈ
মোৰ গানৰ
বহু যুগৰ সুখ দুখৰ চিনাকি লৈ

মোৰ গানত আছে অনামিকা মায়া
সপোনৰ সুৰৰ নুবুজা আশা
মোৰ গানে আনে বহুতো প্ৰকাশ
পোৱা নোপোৱা মনৰ জোনাক
জোনাকি মন এটি হৈ
আহিছিলো মৰমৰ বোজা লৈ

মোৰ গানত আছে বৰষাৰ অনল
সেমেকা শীতৰ ৰ’দালি কোমল
মোৰ গানে দিব নতুন ভাষা
নতুনৰ জোনাক নতুন দিশা
ক্লান্ত বুকুযুৰি ব’ব
সৃষ্টিৰেই অমল বতাহ

8 comments:

  1. OoooHhhhhhh Lovely......

    ReplyDelete
  2. can you translate bengali song to assamese?

    ReplyDelete
  3. One of my fav song ❤️������

    ReplyDelete
  4. ❤️❤️gem of all times

    ReplyDelete
  5. Findmyindia.com যত আপোনাৰ মন পছন্দৰ অসমীয়া গীতৰ Lyrics বোৰ পাব...

    ReplyDelete
  6. বহুত ধন্যবাদ lyrics টো দিয়াৰ কাৰনে

    ReplyDelete