উদুলি মুদুলি নাচনী পখিলি
ফাগুনী বাউলি হ’ল
কাতিৰ কঙালি
মাঘৰ ভোগালি
ব’হাগী নাচনি হ’ল
জীয়ৰী বোৱাৰী ৰঙতে ৰঙিলি
হাতত জেতুকাৰ বোল
ধিনিকি ধিন্দাও ঘনে উঠে চেও
বাজিছে বিহুৰ ধোল
উদুলি মুদুলি নাচনী পখিলি
ফাগুনী বাউলি হ’ল
গাওৰ সিমুৰে ডেকা গাভৰুয়ে
পাতিছে বিহুৰ মেলা
ধুলীয়া ওলালে নাচনি নাচিলে
পীৰিতি পীৰিতি খেলা
ধিনিকি ধিন্দাও ঘনে উঠে চেও
বাজিছে বিহুৰ ধোল
উদুলি মুদুলি নাচনী পখিলি
ফাগুনী বাউলি হ’ল
মৰমৰ দীঘ হেপাহৰ বাণি
শিপিনি গাভৰুজনী
ভমকা ফুলিয়া পীৰিতি বোলিয়া
যাচে বিহুৱান খনি
ধিনিকি ধিন্দাও ঘনে উঠে চেও
বাজিছে বিহুৰ ধোল
উদুলি মুদুলি নাচনী পখিলি
ফাগুনী বাউলি হ’ল
ফাগুনী বাউলি হ’ল
কাতিৰ কঙালি
মাঘৰ ভোগালি
ব’হাগী নাচনি হ’ল
জীয়ৰী বোৱাৰী ৰঙতে ৰঙিলি
হাতত জেতুকাৰ বোল
ধিনিকি ধিন্দাও ঘনে উঠে চেও
বাজিছে বিহুৰ ধোল
উদুলি মুদুলি নাচনী পখিলি
ফাগুনী বাউলি হ’ল
গাওৰ সিমুৰে ডেকা গাভৰুয়ে
পাতিছে বিহুৰ মেলা
ধুলীয়া ওলালে নাচনি নাচিলে
পীৰিতি পীৰিতি খেলা
ধিনিকি ধিন্দাও ঘনে উঠে চেও
বাজিছে বিহুৰ ধোল
উদুলি মুদুলি নাচনী পখিলি
ফাগুনী বাউলি হ’ল
মৰমৰ দীঘ হেপাহৰ বাণি
শিপিনি গাভৰুজনী
ভমকা ফুলিয়া পীৰিতি বোলিয়া
যাচে বিহুৱান খনি
ধিনিকি ধিন্দাও ঘনে উঠে চেও
বাজিছে বিহুৰ ধোল
উদুলি মুদুলি নাচনী পখিলি
ফাগুনী বাউলি হ’ল
শব্দবিলাকৰ বহুত বানান ভুল
ReplyDeleteঅ' অ' অ' অ'
ReplyDeleteঅ' অ' অ' অ'
উদুলি-মুদুলি
নাছনী পখিলী
ফাগুনী বাঊলী হ'ল
কাতিৰে কঙালী
মাঘৰে ভোগালী
বহাগী নাছনী হ'ল
জীয়ৰী-বোৱাৰী
ৰঙতে ৰঙিলী
জীয়ৰী-বোৱাৰী
ৰঙতে ৰঙিলী
হাতত জেতুকাৰ বোল
ধিনিকি ধিন-দাও
ঘনে উঠে চেও
বাজিছে বিহুৰে ঢোল
উদুলি-মুদুলি
নাছনী পখিলী
ফাগুনী বাঊলী হ'ল
M...............
গাৱঁৰ সিমুৰে
ডেকা-গাভৰুৱে
পাতিছে বিহুৰে মেলা
ঢুলিয়া ওলালে
নাছনী নাচিলে
পিৰিতি পিৰিতি খেলা
M...
অ' অ' অ' অ' অ'
গাৱঁৰ সিমুৰে
ডেকা-গাভৰুৱে
পাতিছে বিহুৰে মেলা
ঢুলিয়া ওলালে
নাছনী নাচিলে
পিৰিতি পিৰিতি খেলা
ধিনিকি ধিন-দাও
ঘনে উঠে চেও
বাজিছে বিহুৰে ঢোল
অ' অ'
উদুলি-মুদুলি
নাছনী পখিলী
ফাগুনী বাঊলী হ'ল
M......
অ' অ' অ' অ' অ'
অ' অ' অ' অ' অ'
মৰমৰে দীঘ
হেপাহৰে বানি
শিপিনী গাভৰু জনীৰ
ভমকা ফুলীয়া
পিৰিতি বোলিয়া
জাচে বিহুৱান খনি
M...
অ' অ' অ' অ' অ'
মৰমৰে দীঘ
হেপাহৰে বানি
শিপিনী গাভৰু জনীৰ
অ'ভমকা ফুলীয়া
পিৰিতি বোলিয়া
জাচে বিহুৱান খনি
ধিনিকি ধিন-দাও
ঘনে উঠে চেও
বাজিছে বিহুৰে ঢোল
উদুলি-মুদুলি
নাছনী পখিলী
ফাগুনী বাঊলী হ'ল
অ' অ' অ' অ' অ'
ফাগুনী বাঊলী হ'ল
অ' অ' অ' অ' অ'
ফাগুনী বাঊলী হ'ল